Bookmark now @ Mp3Plus.in
SpicySong.Com (High Speed Download)

Share your messege & No Spam!

*Note : Please kindly post only Message and SMS in Assamese language. And don't post any contact information, like phone number, Email etc. Otherwise We will not responsible for any controversy. We can remove any message at any time without notice.
Your Name:

Messege:


 Admin
(10-03-16) 09:41 AM
like 240
সৃষ্টি কৰ্তাৰ সৃষ্টি তুমি |
সেয়েই চাগে তুমি ধুনীয়া |
তোমাৰ নামত সদায় বৈ যায় মৰমৰ টুকুৰা | খিলখিলাই হাঁহি লে তোমাক বৰ ভাল লাগিল হেতেন |
এবাৰ হাহিবা না খিল খিলাই |
নীৰব হৈ পৰিৱ তোমাৰ হাঁহি ত সকলো | মগ্ন হৈ চাই থাকিৱ তোমাক ভাল পোৱা সকলে |
আচলতে তুমি এক হাঁহি ৰ মহাৰানী | নিসংগতাক তুমি সংগী নকৰিবা |
সংগী কৰিবা নিজৰ মৰম লগা হাঁহি তোক | চিনাকি চিনাকী লগা আকাশখনকো তেতিয়া আপোন আপোন লাগিৱ তোমাৰ |
হাতৰ মুঠিত তোমাৰ মৰমৰ আকাশ খনক পালে তেতিয়াটো আৰু কথাই নাই | জোনাকে নাচিৱ তোমাৰ হাতত |
আহ কি মজা লাগিৱ ন' |
হাঁহি বা তুমি খিলখিলাই |
সৃষ্টি কৰ্তায়ো মনেত হাহিৱ তেতিয়া এয়া মোৰেই সৃষ্টি বুলি |

like Like


 Admin
(10-03-16) 09:39 AM
like 178
সকলো জানো তোমাৰ কথা ধুনীয়া চকুজুৰিৰ পৰা নিশব্দ হাঁহিটোলৈকে... কিছুমান কথা থাকে মনত কব নোৱাৰো, বুজাব নোৱাৰো,
বুকুৰ কথাবোৰ মৰহে বুকুতে নিজানে-নিতালে ...

like Like


 Admin
(10-03-16) 09:38 AM
like 185
তোমাৰ হিয়া ভগা বেদনাৰ পৰা আল্পুত হৈ আকৌ পৰিছিলো এবাৰ প্ৰেমত |
মনে মনে ভাবিছিলোঁ , আকৌ জীপাল কৰি সজায় লম মোৰ মনৰ আকাশ খনক | তোমাক সুখী কৰি মই গাই যাম প্ৰেমৰ নানান গান |
তোমাৰ , মোৰ সুখ বোৰ লগ লগাই এখন চিকি মিকি স্বপ্নৰ ডোলা সাজিম |
জোনাক ৰাতি একেলগে গণিম তৰাৰ সংখ্যা |
তুমি কবা এশ আৰু মই কম এশ তিনি | এহ...নগণো আৰু বুলি তুমি শুই পৰিবা মোৰ কোলাত |
আৰু মই আলফুলে তোমাৰ চুলিকেইডাল লাৰি থাকিম এক নিস্পাপ শিশু হৈ ||
চকু মেলিয়েই দেখিম ভৱিষ্যতৰ সপোন | কিন্তু সকলো শেষ হৈ গ'ল |
ভাগি গ'ল সকলো কলি কলি আশা বোৰে উক মুকিয়া দি চায় থাকি মৰহি গ'ল নিমিত্তে | হেৰাই গ'ল সেই আকাশৰ তলত বহি তৰা গনা মোৰ সৰু সৰু আশাবোৰ |
সকলো আশা ধংস হৈ গ'ল নেপালৰ সেই বৰভুইকুপৰ দৰে কেতিয়াবা ভাবোঁ |
সেই বৰ ভুমিকম্পতে মৰি থাকিলো হয় যদি | ইমানবোৰ প্ৰেমৰ দুখে মোক চিন্তিত নকৰিলে হতেন |
কিন্তু এটা কথা ঠিক তুমি অবিহনে মোৰ আত্মাই স্বৰ্গত বাস নকৰে |
ঘুৰি ফুৰিৱ বাউলি হৈ তোমাৰ পিছে পিছে | ভয় নাখাবা তোমাক একো নকৰে মোৰ আত্মাই |
মৰম কৰে বাবেই এনেকৈ পিছে পিছে ফুৰিৱ এক দোষী আত্মা হৈ |
মাজনিশা বুলি নকও প্ৰতিটো সময়তে তুমি মোৰ দুচকুত তিৰবিৰাই থকা |
এৰি গৈছাঁ বুলি কেতিয়াও নাভাবোঁ মই | তুমি আকৌ আহিবা বুলিয়েই মোৰ মনটোৱে বাৰে বাৰে কয় কাণে কাণে |
ঋতু ঘুৰি অহাৰ দৰে আহিবা তুমি |
আনিবা তুমি মোৰ বাবে অযুত মৰম | খিলখিলাই বহি ৰম দুয়ো এক নিজান দাতিৰ কাষত |
আধা গণা তৰা বোৰ আকৌ গণিম দুয়ো মিলি |
শেষ নোহোৱা লৈ বহি ৰম জোনাকৰ মেলাত |

like Like


 Suresh Boro.Barama
(23-02-16) 01:41 AM
like 240
AGP র হাতি
দুখিয়া মাতি
তোমালৈ মনত পরে
মাজনিশা রাতি

like Like


 Suresh boro. Barama
(23-02-16) 01:36 AM
like 156
আম লাগে থোপা থোপি
লেচু লাগে দালোত
চিথির মাজত চুমা আছে
লগাই লবা গালত

like Like


 কিশোৰ কুমাৰ ৰায়
(05-02-16) 00:49 AM
like 174
আহিবনে বাৰু এনে এটি ৰাতিপুৱা যিতো ৰাতিপুৱা নেকি সি তাই কোৱাটো বিছাৰে হেৰি শুনিছানে উঠিবোৰ হল।

like Like


 সমীৰ বৰগোঁহাই হেলেম
(11-01-16) 23:44 PM
like 146
নিৰৱতাৰ মাজেৰে পৰকাশ পায কিছু হৃদয়ৰ সক্তসফূত আৱেগিক ভাৱনাসমূহ সুখ আৰু দুখৰ সংমিশণেই জীৱনৰ মাদকতা☺

like Like


 সমীৰ বৰগোঁহাই
(11-01-16) 00:13 AM
like 219
কাজল সনা তুমাৰ দুচকুত দেখা পাঁও মিঠা পেৰমৰ পতিচবি মই বিচাৰো তুমি মোৰ পৰতিটো খনত সাহস হৈ থিয দি ৰবা☺

like Like


 সমীৰ
(10-01-16) 16:27 PM
like 155
তুমি নিচেই কাষত থাকিও তোমাৰ মনতো যেন বহু আতৰত তাথাপিও মই বাত চাই ৰম তোমাৰ অপেখাত।

like Like


 kamal
(10-01-16) 12:38 PM
like 106
জীবন বাটত সকলোতে সুখ - দূখ কষ্টৰে বাট লৈ আহি পালো বহু দূৰলৈ। কিন্তু হঠাৎ আকৌ সেই দিনটোলৈ এবাৰ আকৌ মনলৈ আহে

like Like


 Nipu
(21-09-15) 15:41 PM
like 237
তুমি বিচারিলে আকাশর জোনটো আনি দিম , তুমি কলে সাগরো সাতুরিম, তুমি কান্দিলে চকুলো মচি দিম, তুমি হাহিলে দাতকেইটা ঘোচিয়াই ভাঙিদিম|

like Like


 Admin
(21-09-15) 00:57 AM
like 265
জীবনক পাই মরনক পাহরি নাজাবা , ফুলক পাই কাইটক পাহরি নাজাবা , সুখ পাই দুখক পাহরি নাজাবা , নতুন মরম পাই মোক পাহরি নাজাবা.

like Like


 Admin
(21-09-15) 00:56 AM
like 217
জীরন থাকে মানে হাহিযেই থাকিবা , উদ্যম থাকে মানে চেষ্টা করিবা,যদিহে জীরনত নকরা ভূল .জীরনটো হব তোমার এপাহি সুগন্ধি শেরালি ফুল l

like Like


 Admin
(21-09-15) 00:55 AM
like 438
হাঁহীরে জীবন সুন্দর করিবা চকুর পানীরে নহয়| কারণ এন্ধার আছে বাবেই পোহরর ইমান মাদকতা, দুখ আছে বাবেই সুখর ইমান রং|
So,
নিরাসাক বাদদি আশাক আকোআলি লবা, কারণ আশা আছে বাবেই পৃথিবীখন ইমান ধুনিয়া

like Like


 Admin
(21-09-15) 00:55 AM
like 276
চকুত যদি চকুর পানী नाথাকিল হেঁতেন চকুজুরী ইমান ধুনীয়া নহল হেতেন , জীবনত যদি দুখ নাথাকিলে হেঁতেন সুখ বোর ইমান মধুর নহল হেঁতেন বিচরা বোর যদি ওচরতে পালো হেঁতেন তেনেহলে জিয়াই থকার আশাই নাথাকিল হেতেন

like Like


 Admin
(21-09-15) 00:49 AM
like 355
আচরিত হলেও
এটা সঁচা ঘটনা । যোরাকালি 5 বাজি 40 মিনিটত
গুরাহাটীর গণেশগুরির এখন দোকানর ভিতরত
এটা পকা বিলাহী BISFORON হৈ কেইটামান
আলুগুটির লগতে পানিলাউ আহত হয় আরু
লগতে কেইটিমান জলকীয়া গুটি নিহত হয় ।
camara man বান্ধাকবির সৈতে মই
বেঙেনা NEWS LIVE GUWAHATI.

like Like


 Admin
(21-09-15) 00:48 AM
like 487
নিয়রর কুনত দেখিলো তোমার স্মৃতি,শেবালির সুবাসক সুধিলো তোমার বাতরি,আছো যদিও মই বহু দুরে দুরে আশা করিছো তুমি যেন থাকা কুশলে। Love u Gourab.

like Like


 Admin
(21-09-15) 00:47 AM
like 199
এমুঠি জোনাক বুটলি চোরা
রাতির আকাশখন এবার জুমি চোরা জোনাকর নিররতায়ে তোমাক দিযাব তোমার সপোনর সুমধুর বতরা....Gøød Night my Sweetheart Jaan.

like Like


 Admin
(21-09-15) 00:46 AM
like 225
রাগিছাত ফুল রহোত আছে গোলাপর দরে নহয় পৃথিরীত girls রহোতো আছে তোমার দরে নহয় ।

like Like


 Admin
(21-09-15) 00:42 AM
like 221
মৃদু মৃদু বতাহ জাকে বিলালে বতরা
চরাইর কোলাহলে
সংসারক জগালে
মরমর ভাই বন্ধুলৈ
প্রেমর বতরা বিলালে ॥

like Like


Site: Prv.Next.Last..1.2.3.4.5

Online:
Home | Back | Terms | DMCA | Top^

Download Bollywood full movie for free
Download Android Game for Free