Bookmark now @ Mp3Plus.in
SpicySong.Com (High Speed Download)

Share your messege & No Spam!

*Note : Please kindly post only Message and SMS in Assamese language. And don't post any contact information, like phone number, Email etc. Otherwise We will not responsible for any controversy. We can remove any message at any time without notice.
Your Name:

Messege:


 Nur Amin
(03-12-16) 08:29 AM
like 106
সুখী আছিলো তেতিয়ালৈকে যেতিয়ালৈ ভালপোৱাৰ মুখামুখি হোৱা নাছিলোঁ..! ভাল লাগি আছিল তেতিয়ালৈ যত ভালপোৱাৰ অনুভৱ বোৰ বুকুৰ মাজত আৱদ্ধ হৈ আছিল..! যেতিয়াই ভালপোৱা বোৰ মুক্ত হল যেন চৌদিশে অন্ধকাৰ..! দুখ যন্ত্ৰণাৰ মেৰপাকত সোমাই গল ভালপোৱা বোৰ..! মুক্ত হব পৰা নাই দুখৰ পৰা..! যেন বিষাদৰ আন এটি নামেই ভালপোৱা..!

like Like


 Pranjal Kumar Nath
(24-11-16) 19:39 PM
like 112
বিষাদৰে ভৰা
ব্যৰ্থ মোৰ জীৱন,
সাৰ্থকতাৰ সন্ধানত…
আদৰিম চাগে
পুণ্য পথৰ মৰণ!!
জীৱনে কান্দে মোৰ
সফলতাৰ পথ বিচাৰি,
অশ্ৰুলোৰে নৈ বৈ
হৃদয়ৰ বিননিত!!
আৰ্থিক অনাতন
মনৰ হে আছে ধন,
লভিব পাৰিম নে?
সাৰ্থক সফল জীৱন!!
মনোবলৰ বুকুছাত উঠি
যাওঁ মই আগবাঢ়ি,
অধ্যয়নৰ পথত অগ্ৰসৰ হৈ
জ্বলাব খোজো মই…
সাৰ্থক সফল জীৱনৰ
চিৰস্থায়ী চাকি গছি..!!
★★★★★★★★★★★
(শ্ৰী প্ৰাঞ্জল কুমাৰ নাথ
১৬/১১/২০১৬)..



like Like


 Amrit nath
(23-11-16) 07:31 AM
like 25
তুমি কোৱা মইতো সদায় তোমাৰ লগত আছো কিন্তু যেতিয়া মই কাষত বিচাৰো তুমাক সদায় কিয় নেপাওঁ মই বুজি নেপাও। তুমি মোক এৰি একেবাৰে গুচি যোৱা মই বেয়া নেপাওঁ তুমাক এনেকৈ থকাতকৈ নথকা ভাল

like Like


 Pran
(23-11-16) 00:33 AM
like 40
A. যদি জীৱনত কিবা এটা পাম বুলি ভাবিছে ,তেন্তে পথ সলনি কৰক , সংকল্প নহয় ।
B. যদি বিবাহ যাত্ৰীৰ নাচ-বাগৰ বাবে আপুনি আপোনাৰ গাড়ীৰ হৰ্ণ বজাই বিৰক্ত হোৱাতকৈ অলপ আপুনিও তেওঁলোকৰ লগত নাচি-বাগি আনন্দ কৰক,
সময় সমানেই লাগিব।
C. এই কলিযুগত পইচাৰ বাবে মানুহ যিমান তললৈ নামে , পইচাৰ মুল্যও সিমান তললৈ নানামে।
D. ৰাস্তাৰ কাষত মন্দিৰ এটাত প্ৰাৰ্থনা নকৰিলেও কোনো কথা নাই ,
কিন্তু পৰাপক্ষত এম্বুলেঞ্চ এখন দেখিলে এবাৰ হলেও ভগৱানৰ নাম ল'বা , কি ঠিক তোমাৰ প্ৰাৰ্থনাৰ বাবেই কিজানি এজনৰ ভাগ্য মুকলি হয় ।
E. যাৰ নিজৰ ওপৰত বিশ্বাস আছে , তেওঁ হাজাৰবাৰ হাৰিও কোনোদিনেই পৰাজিত নহয় ।
F. বাদাম , গাখীৰ বা পুষ্টিকৰ খাদ্য খালে ইমানখিনি জ্ঞান কেতিয়াও নহয়,
যিমানখিনি কাৰোবাৰ পৰা প্ৰৱঞ্চিত হলে হয় ।
G. সদায় এটা কথা মনত ৰাখিব ,
আপোনাৰ সুখ দেখি আপোনাৰ শত্ৰুজনেই আটাইতকৈ কষ্ট পায় l
H. ধুনীয়া মানুহবোৰ সদায় ভাল নহবও পাৰে ,
কিন্তু ভাল মানুহবোৰ সদায় ধুনীয়া হয় ।
I. সমন্ধ আৰু ৰাষ্টা দুয়ো এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ।
কেতিয়াবা সমন্ধবোৰ ৰক্ষা কৰিবলৈ যাওঁতে ৰাষ্টা বন্ধ হৈ যায় আৰু কেতিয়াবা ৰাষ্টাত গৈ থাকোতে কিছুমান সমন্ধ গঢ়লৈ উঠে !!!
J. প্ৰকৃত মানুহৰ পৰিচয় তেওঁৰ মুখৰ কথাতেই প্ৰকাশ পাই , নহলে সুন্দৰ সুন্দৰ বাণীবোৰটো হৰ্ডিঙটো পঢ়িবলৈ পোৱা যায় ।
K. পৃথিৱীত কোনো কামেই অসম্ভৱ নহয় , মাত্ৰ একাগ্ৰতা আৰু ধৈৰ্য্যৰ প্ৰয়োজন ।
L. প্ৰথমে মই বেছি চালাক আছিলো , সেয়ে আনক সলনি কৰিব গৈছিলো ।
এতিয়া মই বুদ্ধিয়ক হৈছো , সেয়ে নিজে নিজেই সলনি হৈছো........

like Like


 Pran
(23-11-16) 00:30 AM
like 59
SPAM message blocked!

like Like


 নিলোৎপল
(08-11-16) 16:26 PM
like 366
এটুপাল পানীৰে সাগৰখন হোৱা হ'লে
নদীৰ সহায় নললে হেতেন,
জীৱনভৰ অকলসৰে থাকিব পৰা হ'লে,
তোমাক বাৰে বাৰে
আমনি নকৰিলো হেতেন ।

like Like


 মৃদুপৱন হাতীবৰুৱা
(07-10-16) 21:50 PM
like 212
▶মোৰ আত্মাই লব তোমাৰ খবৰ◀
জীয়াই থাকো মানে মই তোমাৰ খবৰ লম।
শেষ হৈ যোৱা পয্যন্ত,
সূখ দুখৰ লগৰী হিচাপে সমভাগি হৈ ৰম আজিৱন সংগত দিৰ্ঘ প্ৰতিশ্ৰুতি,তোমাৰ বাতৰি।
যদি মই হেৰাই যাও
বা মৰিও যাও,মোৰ আত্মাই লব তোমাৰ খবৰ ।
কেনে আছা সোন !
কেনে আছা নিজম নিতাল ঘুপ মৰা গধূৰ অমানিশাবোৰ'সতে ।
দুখ নকৰিবা অনুভৱ হৈ কেতিয়াবা উৰা মাৰি আহি তোমাৰ কাষতে ৰমহি এটি অজান বাটৰ পখী হৈ।
তোমাৰ কাষলৈ এটি মিঠা সপোন হৈ ভাহি আহিম !
কাষত সাখি হৈ ৰম ।
মাখি হৈ পৰিম তোমাৰ দুগালত।
তাতে তুমি পাবা মোক।
মোৰ ঠিকনা মোৰ ভালপোৱা মোৰ পৰিচয়।
"অঘৰী আত্মা" তোমাৰ মৰম ভালপোৱাই সোৱৰি ৰাখিব সদাই,তুমি মাথো মনত পেলাবা অনুভব কৰিবা।
মই কোন তোমাৰ।
মই তোমাৰ মৰমৰ সপোন
যুগ যুগান্তৰকৰ আদি অনাদি কালৰ সংগী ।

like Like


 মোৰ নাম Mridupabon H
(07-10-16) 21:43 PM
like 509
বন্ধুত্ব কেইজনে বুজে বন্ধুত্বৰ প্ৰকৃত সচাঁ অৰ্থ ?তোমাৰ যদি জীৱনত মা-দেউতাৰ যিমান প্ৰয়োজন হয়টো সিমানেই প্ৰয়োজন হয় এজন অন্তৰংগ বন্ধুৰো

like Like


 G.B
(27-09-16) 22:23 PM
like 402
যদি মন দিব নোৱাৰা মন নেভাঙিবা কথা ৰাখিব নোৱাৰিলে কথা নিদিবা,কাষত ৰাখিব নোৱাৰিলে দূৰলৈ ঠেলি নিদিবা যদি সম্পর্ক ৰাখিব নোৱাৰা অভিনয় নকৰিবা

like Like


 G.B
(27-09-16) 22:12 PM
like 123
কেতিয়াও নাকান্দিবা সেইজনৰ বাবে যিজনে চকুৰপানীৰ মূল্য বুজি নাপায়....

like Like


 Aŋaŋɖa Gơɠơı (Mąıŋą)
(23-09-16) 23:15 PM
like 240
চকুৰ পৰা চকুৰ পানী পৰিলেও,
সুন্দৰ সপোন সজাই থাকো..
মনৰ ভিতৰত যিমানেই দুখ থাকিলেও, সদায় হাহি মাতি ফুৰো.. জুপুৰিত বাস কৰিলেও, সচা গুণ সজাই থাকো.. ধনৰ দুখীয়া হলেও, মনৰ ধনী হবলৈ চেষ্টা কৰো..!! যিমানেই দুখ পালেও সুখী হয় আগুয়াই যাব বিচাৰো..!! হাহিৰে জীৱন কটাবলৈ......

like Like


 চুৰজ
(21-09-16) 23:47 PM
like 203
জিয়াই থাকিবলৈ হলে???
কিহৰ প্ৰয়োজন বুলি ভাবে বাৰু??????
মোৰ মতে দিন,ৰাতি,তেল,চাকি,বতাহ,বৰষুন,পুহৰ,উত্তাপ, আৰু কি লাগে ভাই?????
ইমান খিনিতে সকলো সন্তুস্তি থাকিলেই ভাল হবনেকি তাত থাকি আৰু কি লাগেনু !!!!!!

like Like


 জি.বি
(08-09-16) 09:54 AM
like 123
আজিকালি বন্দ্ধুয়ে কয় DOSTতুমি জান বিচাৰিলে দিবলৈ ৰাজি আছোঁ কিন্তু আজিকালি নিজৰ পত্নীকো জান বুলি কয় যদি তাক বিচাৰো দিবলে কিয় অমান্তী হয়

like Like


 Gautam
(22-08-16) 11:43 AM
like 145
তোমাৰ কাৰনে মই দুখৰ সাগৰত ভাঁহি যাম,সাগৰৰ গভীৰতাত ডুবি যাম,মৃত্যুৰ কাৰনে ফাঁচিৰ প্ৰয়োজন নাই তোমাৰ হৃদয়ৰ পৰা উলিয়াই দিলে এনেয়ে মই মৰি যাম ।

like Like


 Gautam
(21-08-16) 10:03 AM
like 200
তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰি যাব লাগে, তেনেহলে মই ৰাজি আছোঁ কিন্ত পাহৰিব হয়তো কোনো দিনেই নোৱাৰিম কিন্ত পাহৰি যোৱাৰ অভিনয় কৰিব পাৰিম ঠিকেই ।

like Like


 গৌতম
(18-08-16) 21:14 PM
like 293
টকা পইচাৰ অভাবত বহুতোকে পঢ়াশুনা এৰি দিয়া দেখিলো কিন্ত মদ,ভাং,বিৰি,চিগাৰেট এৰি দিয়া আজিলৈকে কাকো নেদেখিলো।

like Like


 Gautam Barman R.pur
(18-08-16) 09:41 AM
like 284
তুমি কাৰোবাবে নিজকে সলনি নকৰা কিন্ত তুমি নিজে সলনি হবা যেতিয়া কাৰোবাৰ চিন্তাত পৰিবা ।

like Like


 সমীৰ বৰগোঁহাই হেলেম
(10-08-16) 11:18 AM
like 180
সেউজ ৰঙীন পৰভাতী পোৱাৰ স্পশত যেন জিপাল সেই ৰঙীন সপোনবোৰ পতিটো দিনে সপোনবোৰক নিচুকায যায আশাৰ ৰেঙণী হৈ

like Like


 Bitu
(24-07-16) 12:37 PM
like 210
জান জুৰি শুকাই গ'লে নৈ জানো ব'ব,মিচকল নামাৰিলে মৰম জানো ব'ব,হাতত যদি মবাইল আছে মেছেজ পহি চাবা মোলৈ যদি মৰভ আছে মেছেজ এটা দিবা।

like Like


 Hiranyajit Moran
(11-07-16) 01:50 AM
like 226
মবাইলটো ললেই চেৰেংকৈ মনত পৰে তোমালৈ ....তোমাক লৈয়ে মোৰ এই মেছেজ....জানা তোমাক মই কাৰোৱে লগত তুলনা নকৰো.... তুমি মোৰ এই জীৱনৰ প্ৰথম ভালপোৱাৰে পৰা মৃত্যুৰ শেষ মূহুৰ্ত্তলৈকে হিয়াধুনি বৈ যাব খোজা এসূতা তেজ.........

like Like


Site: Prv.Next.Last..1.2.3.4.5

Online:
Home | Back | Terms | DMCA | Top^

Download Bollywood full movie for free
Download Android App for Free