Bookmark now @ Mp3Plus.in
SpicySong.Com (High Speed Download)

Share your messege & No Spam!

*Note : Please kindly post only Message and SMS in Assamese language. And don't post any contact information, like phone number, Email etc. Otherwise We will not responsible for any controversy. We can remove any message at any time without notice.
Your Name:

Messege:


 nitu,udalguri...
(24-02-17) 10:03 AM
like 44
SPAM message blocked!

like Like


 রাকিব
(24-02-17) 01:34 AM
like 14
চাকছবঠপচাকফ

like Like


 রাকিব
(24-02-17) 01:32 AM
like 24
কথা কব

like Like


 Mon mridul
(21-02-17) 21:06 PM
like 52
Love

like Like


 bikas gogoi
(16-01-17) 01:23 AM
like 66
তুমি বিচারিলে আকাশর জোনটো আনি দিম , তুমি কলে সাগরো সাতুরিম, তুমি কান্দিলে চকুলো মচি দিম, তুমি হাহিলে দাতকেইটা ঘোচিয়াই ভাঙিদিম

like Like


 Bidyacharjya bidya
(07-01-17) 13:07 PM
like 78
বান্ধুন'
কতেনো হেৰাই যায়
হিয়াৰ ধৰণী
কতেনো লুকাই সেই
আবেলিৰ বেলিিট
মনৰ ভাবনাবোৰ
যায় যদি ভাঙি
নিছিঙিবা আহি তোমাৰ মোৰ
মৰমৰ এনাজৰী
বুকুত বান্ধি ৰখা
হেঁপাহৰ নাৱখনি
ৰৈ থাকে মাথোঁ
সদায় তুমালৈ বুলি............

like Like


 Lakhya Jit
(07-01-17) 12:46 PM
like 82
মাতৃভূমি
বনচিত নকৰিত
হে দয়াবান
এই সেউজী ধৰণিৰ পৰা
কলিজাৰ তেজ দি ৰক্ষা কৰিছোঁ
সেউজী ধৰণিক চোৱা ।
কিনো মনোমোহা অতি ভালেলগা
এনে প্ৰকৃতিৰ ধৰা
প্ৰেমেৰে বন্ধিত তোমাতেই ৰক্ষিত
চালে থৰ হয় চকু ৰোৱা ।

like Like


 LakhyaJit
(05-01-17) 20:44 PM
like 62
জীৱনৰ অলেখ সপোনৰ মাজতো এটি সপোন মোৰ তুমি
আঘোণী এজাক্ বৰষুণ
নিয়ৰসনা দুৱৰি পৰশ,
মায়াবি সপোনে মোক আৱৰে
দুচকুত ভাহিওঠে মাঠো তোমাৰ প্ৰতিচ্ছবি !!

like Like


 Nur Amin
(28-12-16) 15:26 PM
like 103
সেই হাতখন বিচাৰক যিখনে আপোনাৰ দুখৰ সময়তো হাতত ধৰি থাকে ৷ সেই চকুযুৰি বিচাৰক যিযুৰিয়ে আপোনাক সকলো ক্ষেত্ৰতেই ধুনীয়া দেখে ৷ বিচাৰক সেই হৃদয়খন যিখন কেবল আপোনাৰ বাবে স্পন্দিত হয় ৷ যিখনত কেৱল আপুনিয়েই বাস কৰে ৷ যদিহে আপুনি বিচাৰি পালে তেন্তে আপুনি সঁচা ভালপোৱাক বিছাৰি পালে ৷

like Like


 Manoranjan Pandit
(14-12-16) 20:45 PM
like 170
৫ টা কথা অকল আপোনাৰ বাবে --- You you you you you you you you you you you you you you you you you you you you you you you ......
*
১/ আপুনি ইমানেই এলেহুৱা যে আপুনি সম্পূৰ্ণকৈ you কেইটা নপঢ়িলে ।

২/ আপুনি ওপৰত দেখা নাপালে যে মই you কেইটাৰ মাজত yoo ও লিখিছিলো ।

৩/ এতিয়া আপুনি you ৰ মাজত yoo বিচাৰি ফুৰিছে ।

৪/ এতিয়া আপুনি অলপ হাঁহিছে আৰু yoo বিচাৰি নাপাই পাগলৰ দৰে হৈছে ।
*

মই আপোনাৰ বিষয়ে ১৩ টা কথা জানো ------
*

১/ আপুনি এই সময়ত মোবাইলটো হাতত লৈ আছে ।

২/ এতিয়া আপুনি whatsapp কৰি আছে ।

৩/ বৰ্তমান আপুনি post পঢ়ি আছে ।

৪/ আপুনি এই সময়ত বিৰাট মনোযোগেৰে মোৰ পোষ্টটো পঢ়ি আছে ।

৫/ আপুনি এজন মানুহ ।

৭/ আপুনি আপোনাৰ ওঠ দুটি লগ নলগাকৈ "p" কেতিয়াও কব নোৱাৰে ।

৮/ এতিয়া আপুনি "p" মাতি পৰীক্ষা কৰি চাইছে ।

৯/ এতিয়া আপুনি হাঁহিছে ।

১০/ এই সময়ত আপুনি এবাৰ মোৰ কথা ভাবিছে যে ---- এই শুভাশীষতো কি দুষ্ট ।কি নো দিছে

১১/ আপুনি ৬ নং লাইনটো এৰি থৈ আহিল ।

১২/ এতিয়া পৰীক্ষা কৰি চাই দেখিলে যে ৬ নং লাইনটো দেখোন নাইয়েই ।

১৩/ এতিয়া আপুনি নিজক নিজে হাঁহিব ধৰিছে । কিয়নো মই আপোনাক উল্লু বনালো । হয়নে ------ ?

১৪/ বৰ্তমান আপুনি ভাবি আছে যে ---- আপুনি কিমান বুৰ্বক ----
---- ঠিকেই ভাবিছে ---
মই কোৱা নাই দেই । এই মূহুৰ্তত আপুনি ভাবি থকা কথাটোহে কৈছো ।

like Like


  ধ্ৰুৱ
(10-12-16) 10:34 AM
like 106
ৰাতি ৰাতি বুকুৱেদি চলি থাকে স্বপ্নৰ ৰেলগাড়ী

ঝক্ ঝক্ ঝক্ ঝক্

like Like


 Sanjib haloi
(06-12-16) 01:35 AM
like 57
অনামিকা দুৱাৰৰ সৈতে মোৰ অন্তিম মালতি. বিশ্বাস কৰা অনামিকা দুৱাৰা তুমাৰ অবিহনে মই ।এতিয়া জীৱনত বিচাৰিবলৈ সিকিছো ।

like Like


 Nur Amin
(03-12-16) 08:29 AM
like 167
সুখী আছিলো তেতিয়ালৈকে যেতিয়ালৈ ভালপোৱাৰ মুখামুখি হোৱা নাছিলোঁ..! ভাল লাগি আছিল তেতিয়ালৈ যত ভালপোৱাৰ অনুভৱ বোৰ বুকুৰ মাজত আৱদ্ধ হৈ আছিল..! যেতিয়াই ভালপোৱা বোৰ মুক্ত হল যেন চৌদিশে অন্ধকাৰ..! দুখ যন্ত্ৰণাৰ মেৰপাকত সোমাই গল ভালপোৱা বোৰ..! মুক্ত হব পৰা নাই দুখৰ পৰা..! যেন বিষাদৰ আন এটি নামেই ভালপোৱা..!

like Like


 Pranjal Kumar Nath
(24-11-16) 19:39 PM
like 203
বিষাদৰে ভৰা
ব্যৰ্থ মোৰ জীৱন,
সাৰ্থকতাৰ সন্ধানত…
আদৰিম চাগে
পুণ্য পথৰ মৰণ!!
জীৱনে কান্দে মোৰ
সফলতাৰ পথ বিচাৰি,
অশ্ৰুলোৰে নৈ বৈ
হৃদয়ৰ বিননিত!!
আৰ্থিক অনাতন
মনৰ হে আছে ধন,
লভিব পাৰিম নে?
সাৰ্থক সফল জীৱন!!
মনোবলৰ বুকুছাত উঠি
যাওঁ মই আগবাঢ়ি,
অধ্যয়নৰ পথত অগ্ৰসৰ হৈ
জ্বলাব খোজো মই…
সাৰ্থক সফল জীৱনৰ
চিৰস্থায়ী চাকি গছি..!!
★★★★★★★★★★★
(শ্ৰী প্ৰাঞ্জল কুমাৰ নাথ
১৬/১১/২০১৬)..



like Like


 Amrit nath
(23-11-16) 07:31 AM
like 68
তুমি কোৱা মইতো সদায় তোমাৰ লগত আছো কিন্তু যেতিয়া মই কাষত বিচাৰো তুমাক সদায় কিয় নেপাওঁ মই বুজি নেপাও। তুমি মোক এৰি একেবাৰে গুচি যোৱা মই বেয়া নেপাওঁ তুমাক এনেকৈ থকাতকৈ নথকা ভাল

like Like


 Pran
(23-11-16) 00:33 AM
like 93
A. যদি জীৱনত কিবা এটা পাম বুলি ভাবিছে ,তেন্তে পথ সলনি কৰক , সংকল্প নহয় ।
B. যদি বিবাহ যাত্ৰীৰ নাচ-বাগৰ বাবে আপুনি আপোনাৰ গাড়ীৰ হৰ্ণ বজাই বিৰক্ত হোৱাতকৈ অলপ আপুনিও তেওঁলোকৰ লগত নাচি-বাগি আনন্দ কৰক,
সময় সমানেই লাগিব।
C. এই কলিযুগত পইচাৰ বাবে মানুহ যিমান তললৈ নামে , পইচাৰ মুল্যও সিমান তললৈ নানামে।
D. ৰাস্তাৰ কাষত মন্দিৰ এটাত প্ৰাৰ্থনা নকৰিলেও কোনো কথা নাই ,
কিন্তু পৰাপক্ষত এম্বুলেঞ্চ এখন দেখিলে এবাৰ হলেও ভগৱানৰ নাম ল'বা , কি ঠিক তোমাৰ প্ৰাৰ্থনাৰ বাবেই কিজানি এজনৰ ভাগ্য মুকলি হয় ।
E. যাৰ নিজৰ ওপৰত বিশ্বাস আছে , তেওঁ হাজাৰবাৰ হাৰিও কোনোদিনেই পৰাজিত নহয় ।
F. বাদাম , গাখীৰ বা পুষ্টিকৰ খাদ্য খালে ইমানখিনি জ্ঞান কেতিয়াও নহয়,
যিমানখিনি কাৰোবাৰ পৰা প্ৰৱঞ্চিত হলে হয় ।
G. সদায় এটা কথা মনত ৰাখিব ,
আপোনাৰ সুখ দেখি আপোনাৰ শত্ৰুজনেই আটাইতকৈ কষ্ট পায় l
H. ধুনীয়া মানুহবোৰ সদায় ভাল নহবও পাৰে ,
কিন্তু ভাল মানুহবোৰ সদায় ধুনীয়া হয় ।
I. সমন্ধ আৰু ৰাষ্টা দুয়ো এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ।
কেতিয়াবা সমন্ধবোৰ ৰক্ষা কৰিবলৈ যাওঁতে ৰাষ্টা বন্ধ হৈ যায় আৰু কেতিয়াবা ৰাষ্টাত গৈ থাকোতে কিছুমান সমন্ধ গঢ়লৈ উঠে !!!
J. প্ৰকৃত মানুহৰ পৰিচয় তেওঁৰ মুখৰ কথাতেই প্ৰকাশ পাই , নহলে সুন্দৰ সুন্দৰ বাণীবোৰটো হৰ্ডিঙটো পঢ়িবলৈ পোৱা যায় ।
K. পৃথিৱীত কোনো কামেই অসম্ভৱ নহয় , মাত্ৰ একাগ্ৰতা আৰু ধৈৰ্য্যৰ প্ৰয়োজন ।
L. প্ৰথমে মই বেছি চালাক আছিলো , সেয়ে আনক সলনি কৰিব গৈছিলো ।
এতিয়া মই বুদ্ধিয়ক হৈছো , সেয়ে নিজে নিজেই সলনি হৈছো........

like Like


 Pran
(23-11-16) 00:30 AM
like 98
SPAM message blocked!

like Like


 নিলোৎপল
(08-11-16) 16:26 PM
like 435
এটুপাল পানীৰে সাগৰখন হোৱা হ'লে
নদীৰ সহায় নললে হেতেন,
জীৱনভৰ অকলসৰে থাকিব পৰা হ'লে,
তোমাক বাৰে বাৰে
আমনি নকৰিলো হেতেন ।

like Like


 মৃদুপৱন হাতীবৰুৱা
(07-10-16) 21:50 PM
like 312
▶মোৰ আত্মাই লব তোমাৰ খবৰ◀
জীয়াই থাকো মানে মই তোমাৰ খবৰ লম।
শেষ হৈ যোৱা পয্যন্ত,
সূখ দুখৰ লগৰী হিচাপে সমভাগি হৈ ৰম আজিৱন সংগত দিৰ্ঘ প্ৰতিশ্ৰুতি,তোমাৰ বাতৰি।
যদি মই হেৰাই যাও
বা মৰিও যাও,মোৰ আত্মাই লব তোমাৰ খবৰ ।
কেনে আছা সোন !
কেনে আছা নিজম নিতাল ঘুপ মৰা গধূৰ অমানিশাবোৰ'সতে ।
দুখ নকৰিবা অনুভৱ হৈ কেতিয়াবা উৰা মাৰি আহি তোমাৰ কাষতে ৰমহি এটি অজান বাটৰ পখী হৈ।
তোমাৰ কাষলৈ এটি মিঠা সপোন হৈ ভাহি আহিম !
কাষত সাখি হৈ ৰম ।
মাখি হৈ পৰিম তোমাৰ দুগালত।
তাতে তুমি পাবা মোক।
মোৰ ঠিকনা মোৰ ভালপোৱা মোৰ পৰিচয়।
"অঘৰী আত্মা" তোমাৰ মৰম ভালপোৱাই সোৱৰি ৰাখিব সদাই,তুমি মাথো মনত পেলাবা অনুভব কৰিবা।
মই কোন তোমাৰ।
মই তোমাৰ মৰমৰ সপোন
যুগ যুগান্তৰকৰ আদি অনাদি কালৰ সংগী ।

like Like


 মোৰ নাম Mridupabon H
(07-10-16) 21:43 PM
like 591
বন্ধুত্ব কেইজনে বুজে বন্ধুত্বৰ প্ৰকৃত সচাঁ অৰ্থ ?তোমাৰ যদি জীৱনত মা-দেউতাৰ যিমান প্ৰয়োজন হয়টো সিমানেই প্ৰয়োজন হয় এজন অন্তৰংগ বন্ধুৰো

like Like


Site: Prv.Next.Last..1.2.3.4.5

Online:
Home | Back | Terms | DMCA | Top^

Download Bollywood full movie for free
Download Android Game for Free